দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
২৯ কাতি , বৃহস্পতিবাৰ ইং ১৬ নৱেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৫/৪৬/১৯ *সূৰ্য্যাস্ত* ঘ:- ৪/৩১/২৪
*ৰাশি:-* ধনু ৰাশি।
*তিথি :-* শুক্লা তৃতীয়া। দি:ঘ:- ১২/৪৯/১২ লৈ।
*নক্ষত্ৰ :-* মুলা।শে :ৰা:ঘ:- ৩/২৬/৩ লৈ।
*শুভ সংখ্যা:-* ৫/৭
*শুভ ৰং:-* হালধীয়া/ ৰঙা ।
*আদ্যঋতু হলে :-* প্ৰতিহীনা যোগ।
*মৰণত দোষ*:- নাই ।
*যাত্ৰা:-* অগ্নি কোনত নাই । ঘ:-১২/৪৯/১২ যোৱাত নৈঋত কোনত নাই
*যোগিনী* :- অগ্নি কোনত । ঘ:-১২/৪৯/১২ যোৱাত নৈঋত কোনত ।
*ভক্ষাভক্ষ্য* :- পটল খোৱা নিষেধ।ঘ:- ১২/৪৯/১২ যোৱাত মূলা খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ শুভ কৰ্মলৈ মনোনিবেশ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত অচিনাকী ব্যক্তিৰ পৰা সাৱধান হ'ব, কৰ্মত সজাগ নহ'লে সামান্য মিচা অপৱাদ পাৱলগীয়া হ'ব পাৰে যদিও আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক দিশটো শুভ হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ হ'ব, প্ৰেমত শুভ হ'ব, যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ'ব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি কনিষ্ঠ ব্যক্তিৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জেষ্ঠ্য ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, শত্ৰু নাশ হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখাটো ভাল হ'ব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য কৰ্মত বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা ভংগ হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পদ লাভ কৰিব পাৰে, কৰ্মত সকলো দিশতে উন্নতি সাধন হব লগতে আজি আপোনাৰ কৰ্মত নতুন নতুন প্ৰাপ্তিয় হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব , যান বাহনৰ ক্ষেত্ৰত শুভ হ'ব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ ক্ষেত্ৰত সজাগ নহ'লে সামান্য কষ্টৰ সন্মুখীন হৱ পাৰে, ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হ'ব, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ নহ'লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ব্যৱসায় বানিজ্য ক্ষেত্ৰত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি কৰ্মত সজাগ নহ'লে বিশ্বাস ভংগ হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনটো শুভ বুলি কব পাৰি, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধান হ'ব নহ'লে সামান্য খেলিমেলি হোৱাৰ যোগ দেখা যায়।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205