দৈনিক ৰাশিফল

দৈনিক ৰাশিফল

দৈনিক ৰাশিফল
দৈনিক ৰাশিফল

 দৈনিক ৰাশিফল

শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম

২৭ পুহ, শনিবাৰ ইং ১৩ জানুৱাৰী ২০২৪ । 
 *সূৰ্য্যোদয়* ঘ:- ৬/১৫/৪ *সূৰ্য্যাস্ত* ঘ:- ৪/৪৫/৪২
*ৰাশি:-* মকৰ ৰাশি। ৰা:ঘ:- ৩/৩২/৪২ কুম্ভ ৰাশি।
*তিথি :-* শুক্লা দ্বিতীয়া। আ:ঘ:- ৩/৯/৩০  লৈ। 
*নক্ষত্ৰ :-* শ্ৰৱণা। স:ঘ:- ৪/৯/১৯ লৈ।
*শুভ সংখ্যা:-* ৪/৮
*শুভ ৰং:-* নীলা/ বেঙুনীয়া ।
*আদ্যঋতু হলে :-* সুভগা যোগ। 
*মৰণত দোষ*:-  দ্বিপদ। আ:ঘ:- ৩/৯/৩০ যোৱাত  এপল।
*যাত্ৰা:-* উত্তৰ দিশত নাই। 
আ:ঘ:- ৩/৯/৩০  যোৱাত অগ্নি কোনত নাই।
*যোগিনী* :- উত্তৰ দিশত। 
আ:ঘ:- ৩/৯/৩০  যোৱাত অগ্নি কোনত।
*ভক্ষাভক্ষ্য* :- তিতা খোৱা নিষেধ। আ:ঘ:- ৩/৯/৩০  যোৱাত পটল খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ'ব, আনন্দ মনে দিনটো পাৰ হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য শত্ৰুৰ ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত পিতৃ মাতৃৰ তথা জেষ্ঠ্য জনৰ পৰা মৰম চেনেহ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হ'ব পাৰে লগতে আজি আপুনি ঘৰুৱা কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।

৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, ঘৰত বা কৰ্মস্থলীত আনন্দময় পৰিবেশন সৃষ্টি হ'ব, লগতে আজি আপুনি কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ'ব, কৰ্মত সন্মান বাঢ়িব, ঘৰত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণ বা যিকোনো যাত্ৰাত সামান্য বিঘিনিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, নতুন নতুন কৰ্মত ব্যস্ত হ'বলৈ সক্ষম হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আয়- উপাৰ্জন বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণত সুখ শান্তি বাঢ়িব, শিক্ষক সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আদৰ্শবাদী মনোভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে যাত্ৰাত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব , লগতে আজি আপোনাৰ ধন - সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়। 

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত হঠাতে ধন- সম্পত্তি লাভ কৰিব, কৰ্মত সামান্য পৰিশ্ৰম বৃদ্ধি পাৱ, লগতে আজি আপোনাৰ মনত নতুন আশাৰ সঞ্চাৰ হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)
 গুৱাহাটী - ৯
ফোন:- 9101096481
            9577136205