সাধাৰণ জ্ঞান

সাধাৰণ জ্ঞান

1. প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ? What is the name of the first Assamese children’s film?

জীৱন সুৰভি
পূবেৰুণ
চিকমিক বিজুলী
অবুজ বেদনা

2. ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ? For which book did Bhabendra Nath Shaikia win the Sahitya Akademi Award?

ৰাতি ফুলা ফুল
শৃংখল
ৰংমিলিৰ হাঁহি
সেন্দুৰ

3. অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ? When did tea cultivation start in Assam?

১৮৫০ চনত
১৮৪২ চনত
১৮৪৫ চনত
১৮২২ চনত

4. অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল ? Where was the first session of the Assam Sahitya Sabha held?

তেজপুৰ
নগাওঁ
বৰপেটা
শিৱসাগৰ

5. চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ? What is the name of the first Assamese novel to be made into a film?

মিৰি জীয়ৰী
মনোমতি
পিতাপুত্ৰ
পৃথিৱীৰ হাঁহি

6. উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় ? Who is the emperor of novels?

ৰজনীকান্ত বৰদলৈ
চৈয়দ আব্দুল মালিক
অতুল চন্দ্ৰ হাজৰিকা
বেণুধৰ শৰ্মা