দৈনিক ৰাশিফল

দৈনিক ৰাশিফল

দৈনিক ৰাশিফল
দৈনিক ৰাশিফল

 *দৈনিক ৰাশিফল*

 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
৪ আঘোন, মঙ্গলবাৰ ইং ২১ নৱেম্বৰ ২০২৩ । 
 *সূৰ্য্যোদয়* ঘ:- ৫/৫০/২১ *সূৰ্য্যাস্ত* ঘ:- ৪/২৯/৬
*ৰাশি:-*  কুম্ভ ৰাশি।
*তিথি :-* শুক্লা নৱমী। ৰা:ঘ:- ১২/৪০/৫৭   লৈ। 
*নক্ষত্ৰ :-* শতভিষা । ৰা:ঘ:- ৮/২৬/৩৯  লৈ।
*শুভ সংখ্যা:-* ৩/৯
*শুভ ৰং:-* ৰঙা / সোনালী।
*আদ্যঋতু হলে :-* দুৰ্ভগা যোগ। 
*মৰণত দোষ*:- এপদ। ৰা:ঘ:- ৮/২৬/৩৯ যোৱাত ত্ৰিপদ।
*যাত্ৰা:-*  পূৱ দিশত নাই । ৰা:ঘ:-৮/২৬/৩৯ যোৱাত উত্তৰ দিশত নাই।
*যোগিনী* :- পূৱ দিশত। ৰা:ঘ:-৮/২৬/৩৯ যোৱাত উত্তৰ দিশত।
*ভক্ষাভক্ষ্য* :- লাও খোৱা নিষেধ। ৰা:ঘ:- ১২/৪০/৫৭  যোৱাত কলমৌ শাক খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত নিজৰ কৰ্মৰ দ্বাৰা আনৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হব, উৎসৱ পাৰ্বনত ব্যস্ত হ'বলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি কৰ্মত সজাগ  নহ'লে আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ধৰ্ম - কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, দেম মনত সামান্য অৱসাদ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবৈ চেষ্টা কৰিব।

৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ বুলি গণ্য কৰিব পাৰি, লগতে আজি আপুনি আজি সজাগ নহ'লে মনত দেজ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, হাতলৈ ধন ধান আহিব, সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব , ৰোগ আৰোগ্য হ'ব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত সজাগ নহ'লে সামান্য মনোমালিন্য বা ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, প্ৰতিভা বিকাশৰ সুযোগ সুবিধা লাভ কৰিব লগতে আজি বিবাহ প্ৰাৰ্থী সকলৰ শুভ বুলি কব পাৰি, ঘৰত বিবাহৰ কথা আলোচনা হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, ভাল বন্ধু লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ মনত নতুন আশাৰ সঞ্চাৰ হোৱাৰ  যোগ দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব , যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য নতুন নতুন সমস্যাৰ সৃষ্টি হব পাৰে লগতে আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, লগতে আজি আপুনি ভাল ব্যক্তিৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব, কৰ্মক্ষেত্ৰত সফলতা আহিব, লগতে আজি আপুনি সকলো কৰ্মতে সিদ্ধি লাভ  হোৱাৰ যোগ দেখা যায়।

( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)
 গুৱাহাটী - ৯
ফোন:- 9101096481
            9577136205