ছিপাঝাৰৰ হাজৰিকাপাৰাত অনুষ্ঠিত ৰাইজিং ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি
ছিপাঝাৰৰ হাজৰিকাপাৰাত অনুষ্ঠিত ৰাইজিং ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি। #sangbaddigital #sipajharnews #darrangnews #hazarikapara #raijingclub #localfootball #localfootballclub Everyone
ছিপাঝাৰৰ হাজৰিকাপাৰাত অনুষ্ঠিত ৰাইজিং ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি
ৰাইজিং ক্লাৱ হাজৰিকাপাৰাৰ উদ্যোগত আমন্ত্রণমূলক ৰাইজিং ট্ৰফী ফুটবল প্ৰতিযোগিতা খনত জিলা খনৰ বিভিন্ন প্ৰান্তৰ ৮ টি দলে অংশগ্ৰহন কৰিছিল
শুক্ৰবাৰে অনুষ্ঠিত হোৱা ফাইনেল খেল উদ্ধোধন কৰে ছিপাঝাৰ ৰাজহ চক্রৰ চক্র বিষয়া কমলজিৎ শৰ্মাই
উপস্থিত থাকে বিধায়ক পৰমানন্দ ৰাজবংশী ৰ লগতে কেইবাগৰাকী আমন্ত্ৰিত বিশিষ্ট ব্যক্তি
ফাইনেল খেলত গ্ৰীণলেণ্ড FC কছাৰীঝাৰে ছিপাঝাৰ FC ক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।।