দৈনিক ৰাশিফল

দৈনিক ৰাশিফল

দৈনিক ৰাশিফল
দৈনিক ৰাশিফল

*দৈনিক ৰাশিফল* 

 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
২৩ কাতি, শুক্ৰবাৰ ইং ১০ নৱেম্বৰ ২০২৩ । 
 *সূৰ্য্যোদয়* ঘ:- ৫/৪১/১৩ *সূৰ্য্যাস্ত* ঘ:- ৪/৩৩/৫১
*ৰাশি:-*  কন্যা ৰাশি।
*তিথি :-* কৃষ্ণা দ্বাদশী । পু:ঘ:- ১০/৩৫/২  লৈ। 
*নক্ষত্ৰ :-* হস্তা। ৰা:ঘ:- ১২/১১/৩১ লৈ।
*শুভ সংখ্যা:-* ১/৬
*শুভ ৰং:-*  চিত্ৰ বিচিত্ৰ/ বগা ।
*আদ্যঋতু হলে :-* বেশ্যা যোগ। 
*মৰণত দোষ*:- এপদ, ঘ:- ১০/৩৫/২ যোৱাত নাই।
*যাত্ৰা:-* নৈঋত কোনত নাই। ঘ:-১০/৩৫/২ যোৱাত দক্ষিণ দিশত নাই।
*যোগিনী* :- নৈঋত কোনত। ঘ:-১০/৩৫/২ যোৱাত দক্ষিণ দিশত।
*ভক্ষাভক্ষ্য* :- পূৰৈ  শাকা খোৱা নিষেধ।ঘ:- ১০/৩৫/২ যোৱাত বেঙেনা খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত মনটো আনন্দিত হ'ব, কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব যদিও আজি আপোনালোকে চিকিৎসা ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।

৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত নিজৰ কৰ্মই আপোনাক আনন্দিত কৰিব, সৃষ্টি শীল কৰ্মত আত্মনিয়োগ কৰিবলৈ সক্ষম হব যদিও আজি আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত সামান্য ভয় আৰু উদ্বেগ ভাৱৰ সৃষ্টি কৰিব পাৰে।

৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ'ব, ব্যৱসায় বানিজ্য দিশত লাভাম্বিত হ'ব, কিন্তু কৰ্মত সামান্য জটিলতা অহাৰ যোগ দেখা যায়। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা মৰম- চেনেহ লাভ কৰিব, কৰ্মস্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত বা ঘৰুৱা দিশত আদান প্ৰদান বোৰ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সৰু-সুৰা চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত দেৱ -দেৱী তথা জেষ্ঠ্য জনৰ প্ৰতি ভক্তি ভাৱ বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আপোনান ব্যক্তিৰ ঘৰলৈ আহি পাৰে, ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত আনৰ সহায় সহযোগিতা মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ'ব, শত্ৰু নাশ হব, যদিও আজি আপুনি সিদ্ধান্ত গ্ৰহণ কৰোতে সজাগ নহ'লে সামান্য খেলিমেলি হ'ব পাৰে।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বুদ্ধিৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)
 গুৱাহাটী - ৯
ফোন:- 9101096481
            9577136205