দৰঙৰ দুগৰাকী জেষ্ঠ্য সাংবাদিকলৈ সংবাদ শিৰোমণি বঁটা

দৰঙৰ দুগৰাকী জেষ্ঠ্য সাংবাদিকলৈ সংবাদ শিৰোমণি বঁটা

দৰঙৰ দুগৰাকী জেষ্ঠ্য সাংবাদিকলৈ সংবাদ শিৰোমণি বঁটা
দৰঙৰ দুগৰাকী জেষ্ঠ্য সাংবাদিকলৈ সংবাদ শিৰোমণি বঁটা

ছিপাঝাৰত  দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ দৰঙী শিৰোমণি বঁটা প্ৰদান আৰু ওজাপালি মিলন সমাৰোহ  অনুষ্টিত

দৰঙৰ দুগৰাকী জেষ্ঠ্য সাংবাদিকলৈ সংবাদ শিৰোমণি বঁটা

ছিপাঝাৰস্হিত দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় দৰঙী শিৰোমণি বঁটা প্ৰদান আৰু ওজাপালি মিলন সমাৰোহ। দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকাই সঞ্চালনা কৰা আৰু সম্পাদক নৱ কুমাৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটি গৰুখুটি কৃষি প্ৰকল্পৰ নডেল বিষয়া ডাঃ যুগব্ৰত নাথে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণী কৰাৰ লগতে স্মৃতি তৰ্পণ আৰু ওজপালি মিলন সমাৰোহ উদ্ধোধন কৰে। ওজাপালি মিলন সমাৰোহত কিংকৰ  নাথ ওজাৰ দলে ব্যাস সংগীত পৰিৱেশন কৰে অন্যহাতে চন্দন ডেকা ওজাৰ দলে সুকনানি সংগীত পৰিৱেশন কৰে। দৰঙৰ দুগৰাকী জেষ্ঠ্য সাংবাদিক  ৰঞ্জিত কুমাৰ নাথ আৰু গণেশ দত্তলৈ সংবাদ শিৰোমণি বঁটা আগবঢ়াই। দৰঙী শিৰোমণি বঁটা প্ৰদান কৰে সুকনানি  দাইনাপালি শচীন্দ্র ডেকা, থিয়নামৰ ওজা নিৰুপমা ডেকা, নাগাৰা নামৰ অভিযোজক কনক ডেকা আৰু শশীধৰ বৰুৱাক। অনুষ্ঠানত ২০গৰাকী দৰঙী লোকশিল্পীক বিশেষ দৰঙী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সুহৃদ অতিথি ৰূপে উপস্থিত থাকে দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মন