অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, জ্যোতিষী পণ্ডিত ড° সোণেশ্বৰ দেৱ শৰ্মাৰ মৃত্যু

অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, জ্যোতিষী পণ্ডিত ড° সোণেশ্বৰ দেৱ শৰ্মাৰ মৃত্যুত শোকৰ ছাঁ।

--------------------------------------------------------

দৰঙ জিলাৰ পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ,অসম ব্ৰাহ্মণ মহাসভাৰ প্ৰাক্তন সভাপতি,সাধাৰণ জাতি উন্নয়ন পৰিষদ অসমৰ প্ৰাক্তন সভাপতি,অসম জ্যোতিষ সভাৰ প্ৰাক্তন সভাপতি,বিশ্ব হিন্দু পৰিষদৰ দৰং জিলাৰ প্ৰাক্তন সভাপতি ড° সোণেশ্বৰ দেৱ শৰ্মাৰ আজি পুৱতি নিশা বাৰ্ধক্যজনিত কাৰণত মঙলদৈ মঙলা নগৰৰ নিজ বাসভৱনত স্বৰ্গগামী হয়।

*বিষু* নামৰ পূৰ্ণাঙ্গ পঞ্জিকা  আৰু *গ্ৰহ চক্ৰ আৱৰ্ত্তত* নামৰ জ্যোতিষ বিষয়ক গ্ৰন্থ খনৰ ৰচক তথা জ্যোতিষ অধ্যাত্ম গৱেষণা পৰিষদৰ অধ্যক্ষ শৰ্মা দেৱৰ  বিয়োগত মঙলদৈ মঙলা নগৰৰ লগতে  তেখেতৰ জন্ম স্থান দেওমৰনৈ বড়ি গাৱতো শোকৰ ছাঁ পৰিছে।

তেখেতৰ মৃত্যুত অসম জ্যোতিষ সভাৰ আৰু বড়িগাৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।