দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
২০ কাতি , মঙলবাৰ ইং ৭ নৱেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৫/৩৯/৫২ *সূৰ্য্যাস্ত* ঘ:- ৪/৩৫/৩০
*ৰাশি:-* সিংহ ৰাশি।
*তিথি :-* কৃষ্ণা দশমী। আহোৰাত্ৰ।
*নক্ষত্ৰ :-* মঘা। স:ঘ:- ৫/২/১৯ লৈ।
*শুভ সংখ্যা:-* ৭/৩
*শুভ ৰং:-* ৰঙা / সোনালী।
*আদ্যঋতু হলে :-* কান্তা যোগ।
*মৰণত দোষ*:- এপদ ।
*যাত্ৰা:-* উত্তৰ দিশত নাই।
*যোগিনী* :- উত্তৰ দিশত ।
*ভক্ষাভক্ষ্য* :- কলমৌ খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত যিসকল নিবনুৱা আছে তেওঁলোকে নতুন কৰ্ম সংস্থাপন লাভ কৰিব, মানসিক সুখ বাঢ়িব, যদিও আজি আপুনি মনৰ উৎসাহ হ্ৰাস হ'ব পাৱ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত সঞ্চয় মনোভাৱ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত ন্যায় লাভ হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব , লগতে আজি আপুনি ব্যৱসায় বানিজ্যত সফলত হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত সৰু-সুৰা ভ্ৰমণত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি, আইন আদালতৰ পৰা ন্যায় লাভ কৰিব, লগতে আজি আপুনি সকলোৰে লগত মিলি জুলি চলিবলৈ চেষ্টা কৰিব।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বুদ্ধিৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, ভাল খৱৰ লাভ কৰিব পাৰে, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সফলতা লাভ কৰিব, যদিও আজি আপুনি দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন ব্যৱসায় বানিজ্যত যোগাযোগ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পিতৃ মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব, লগতে আজি আপোনাৰ হাতলৈ ধন আগমন বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপুনি আনন্দ মনে দিনটো পাৰ কৰিব পাৰিব যদিও আজি আপুনি খৰছ দিশত নৈৰ ৰাখিব।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, আত্মীয় পৰিয়ালৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বিলাসীতা বাঢ়িব, যদিও আজি আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সকলো দিশতে সাৱধান হ'ব লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205