মঙ্গলদৈত শোকাৱহ ঘটনা। বন্ধ ৰুমৰ ভিতৰত উদ্ধাৰ মাতৃ আৰু পুত্ৰৰ মৃতদেহ।
75 বছৰীয়া মাতৃ দুৰ্গেশ্বৰী দেৱী আৰু 55 বছৰীয়া পুত্ৰ বিৰাজ শৰ্মাৰ মৃতদেহ উদ্ধাৰ। মঙ্গলদৈত হৈছে এই শোকাৱহ ঘটনা। বন্ধ ৰুমৰ ভিতৰত উদ্ধাৰ মাতৃ আৰু পুত্ৰৰ মৃতদেহ। #sangbaddigital #sipajharnews #darrangnews #mangaldainews #karimsok #dubledeath #everyone #EVERYBODY #BreakingNews #assamnewstoday
মঙ্গলদৈত শোকাৱহ ঘটনা। বন্ধ ৰুমৰ ভিতৰত উদ্ধাৰ মাতৃ আৰু পুত্ৰৰ মৃতদেহ।
75 বছৰীয়া মাতৃ দুৰ্গেশ্বৰী দেৱী আৰু 55 বছৰীয়া পুত্ৰ বিৰাজ শৰ্মাৰ মৃতদেহ উদ্ধাৰ মঙ্গলদৈ কৰিমচক।
পুত্ৰ বিৰাজ শৰ্মাৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে মাতৃ দুৰ্গেশ্বৰী দেৱীক মৃত অৱস্থাত উদ্ধাৰ। স্হানীয় ৰাইজে আৰক্ষী অধীক্ষক খৱৰ দিয়াৰ পিছতে দণ্ডাধিশ আৰু আৰক্ষী উপস্থিত ঘটনা স্থলীত।
মাতৃ আৰু পুত্ৰৰ কি কাৰণত মৃত্যু হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।
আৰক্ষীৰ তদন্তৰ পিছতহে ওলাব আছল ৰহস্য।