গছ পুলি ৰোপণ কাৰ্যসূচী
গছ পুলি ৰোপণ কাৰ্যসূচী
গছ পুলি ৰোপণ কাৰ্যসূচী
দৰঙ জিলাৰ দেওমৰনৈৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বড়িগাঁৱৰ বৰপুখুৰীৰ পাৰত বড়িগাৱৰ উদীয়মান যুৱক শ্ৰীমান কুমুদানন্দ কাশ্যপ(কিশোৰ)ৰ উদ্যোগত যোৱা এক কেইদিনমান ধৰি গছপুলি ৰোপন কাৰ্যসূচী এটি চলি আছে।
ফল-মূলৰ লগতে ঔষধি গছপুলি ৰোপণ কৰা কাৰ্যসূচীত সহযোগ কৰিছে সমাজ সেৱক মাননীয় শ্ৰী বিশ্ব শৰ্মা,উদীয়মান যুৱক ক্ৰমে শ্ৰী মান শিৱম শইকীয়া, শ্ৰী মান মৃত্যুঞ্জয় শৰ্মা,শ্ৰী মান হিমোজ্বল শৰ্মা,শ্ৰী মান পল্লৱ শৰ্মা , শ্ৰী মান ধৃতিমান শৰ্মা আৰু শ্ৰী মান সাগৰ শৰ্মাই।কাৰ্যসূচীৰ অংশ আজি বিশেষ ভাবে উপস্থিত থাকে অৱসৰী সেনা মাননীয় শ্ৰী প্ৰেমানন্দ শৰ্মা,ধৰ্মপ্ৰাণ ব্যক্তি মাননীয় শ্ৰী ভৱেন শৰ্মা,যুৱ সমাজকৰ্মী মাননীয় শ্ৰী ভৱেশ শৰ্মাকে ধৰি বিশিষ্ট ব্যক্তি সকল।গছ পুলি ৰোপন কৰি নিতৌ চোৱা-চিতা কৰাৰ বাবে সংকল্পবদ্ধ হোৱা পদক্ষেপৰ কাৰনে প্ৰকৃতিপ্ৰমী যুৱকৰ দলটিক ৰাইজে প্ৰসংশা কৰিছে।