দামপুৰ শাখা সহিত্য সভাৰ ৰূপালী জয়ন্তীৰ প্ৰস্তুতি

দামপুৰ শাখা সহিত্য সভাৰ ৰূপালী জয়ন্তীৰ প্ৰস্তুতি টুংগত

দামপুৰ শাখা সহিত্য সভাৰ ৰূপালী জয়ন্তীৰ প্ৰস্তুতি
দামপুৰ শাখা সহিত্য সভাৰ ৰূপালী জয়ন্তীৰ প্ৰস্তুতি

দামপুৰ শাখা সহিত্য সভাৰ ৰূপালী জয়ন্তীৰ প্ৰস্তুতি টুংগত ।।

দামপুৰ শাখা সহিত্য সভাৰ ৰূপালী জয়ন্তুীৰ প্ৰস্তুতী টুংগত । এইবাৰ দামপুৰ শাখা সাহিত্য সভাই পশিছটা  বছৰ অতিক্ৰম  কৰিছে আৰু তাকলৈ দামপুৰ শাখা সাহিত্যসভাৰ আজীৱন সভ্য সকল  আৰু দামপুৰ ৰাইজৰ লগতে দামপুৰৰ উঠি অহা নৱ পজন্ম তথা কণ কণ ছাত্ৰ ছাত্ৰীয়ে অতি আনন্দ মনেৰে  ৰূপালী জয়ন্তুী পালনৰ বাবে প্ৰস্তুতি চলাইছে ।। সেইমৰ্মে অহা ২৫ আৰু ২৬ নবেম্বৰ তাৰিলৈ অপেক্ষা কৰিছে দামপুৰৰ প্ৰতিজন সাহিত্য প্ৰেমী ৰাইজ তথা যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰী সকলে ।।

  কাৰ্যসুছী অনুসৰি  ২৫ নবেম্বৰ তাৰিখ ৰাতি পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তলন, কুইজ  প্ৰতিযোগিতা,  চিত্ৰাংকন প্ৰতিযোগিতা, কবি সন্মিলন  আৰু বিভিন্ন সাংষ্কিৃক মুলক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব । তাৰ পিছদিনা অৰ্থাত ২৬ নবেম্বৰ তাৰিখে  ৰাতিপুৱা সাংষ্কৃিতিক সোভাযাত্ৰা যত থাকিব অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা গায়ন  বায়নকে ধৰি দামপুৰৰ কলা সংষ্কৃিতি দাঙি ধৰিব এই সোভাযাত্ৰাত ।  আবেলি ৩ বজাৰ পৰা  মুকলী অধিবেশন যত  উপষ্ঠিত থাকিব অসম সাহিত্যসভাৰ সভাপতি শ্ৰী সুৰ্য হাজৰিকাদেৱ, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি সম্পাদক আৰু বিষয় ববীয়া সকল, লগত উপষ্ঠিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা শ্ৰী প্ৰকাশ চন্দ্ৰ দাস আৰু বহুত গণ্য মান্য ব্যক্তি সকল ।। মুকলি অধিবেশনৰ পিছত সন্ধীয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানেৰে দুদিনিয়া কাৰ্যসুছীৰ অন্ত পৰিব ।।

 হাজোৰ পৰা খলিল আলীৰ ৰিপোৰ্ট