দৰঙী গ্ৰামীণ বিকাশ সমিতিৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত প্ৰাইজমানি অন্ত বিদ্যালয় চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগীতা
দৰঙী গ্ৰামীণ বিকাশ সমিতিৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত প্ৰাইজমানি অন্ত বিদ্যালয় চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগীতা
দৰঙৰ দুমুনিচকীৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান দৰঙী গ্ৰামীণ বিকাশ সমিতিৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত প্ৰাইজমানি অন্ত বিদ্যালয় চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগীতা । তাৰিখ ২৮ জানুৱাৰী ২০২৪ ৰবিবাৰ । স্থান : দৰঙৰ দুমুনিচকী ৰাজহুৱা প্ৰেক্ষাগৃহ।
চিত্ৰাংকন প্ৰতিযোগীতা ক শাখা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ
প্ৰথম পুৰষ্কাৰ -৫০০০ টকা
দ্বিতীয় পুৰষ্কাৰ - ৩০০০ টকা আৰু
তৃতীয় পুৰষ্কাৰ- ২০০০ টকা
চিত্ৰাংকন প্ৰতিযোগীতা খ শাখা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ
প্ৰথম পুৰষ্কাৰ -৬০০০ টকা
দ্বিতীয় পুৰষ্কাৰ - ৪০০০ টকা আৰু
তৃতীয় পুৰষ্কাৰ- ৩০০০ টকা
চিত্ৰাংকন প্ৰতিযোগীতা গ শাখা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ
প্ৰথম পুৰষ্কাৰ -৮০০০ টকা
দ্বিতীয় পুৰষ্কাৰ - ৬০০০ টকা আৰু
তৃতীয় পুৰষ্কাৰ- ৫০০০ টকা
কুইজ প্ৰতযোগিতা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ
প্ৰথম পুৰষ্কাৰ -১০০০০ টকা
দ্বিতীয় পুৰষ্কাৰ - ৭০০০ টকা আৰু
তৃতীয় পুৰষ্কাৰ- ৫০০০ টকা
ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলে তলত দিয়া ফোন নম্বৰৰ লগত যোগাযোগ কৰক।
যোগাযোগৰ ঠিকনা: দৰঙী গ্ৰামীণ বিকাশ সমিতি, দুমুনিচকী, দৰং, যোগাযোগৰ নম্বৰ:8638035304, 6001904494