দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
৯ পুহ , মঙ্গলবাৰ ইং ২৬ ডিচেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৬/১১/১ *সূৰ্য্যাস্ত* ঘ:- ৪/৩২/৫৭
*ৰাশি:-* বৃষ ৰাশি। ঘ:- ৯/৫০/২৩ যোৱাত মিথুন ৰাশি।
*তিথি :-* পূৰ্ণিমা। শে:ঘ:-
৫/১৪/১৪ লৈ।
*নক্ষত্ৰ :-* মৃগশিৰা। ৰা:ঘ:- ৯/৫৩/৩৫ লৈ।
*শুভ সংখ্যা:-* ৯/৩
*শুভ ৰং:-* ৰঙা/ সোনালী।
*আদ্যঋতু হলে :-* পতিহিতা যোগ।
*মৰণত দোষ*:- এপদ ।
*যাত্ৰা:-* বাযু কোনত নাই।
শে:ঘ:- ৫/১৪/১৪ যোৱাত পূৱ দিশত নাই।
*যোগিনী* :- বাযু কোনত ।
শে:ঘ:- ৫/১৪/১৪ যোৱাত পূৱ দিশত।
*ভক্ষাভক্ষ্য* :- মাটিমাহ , মাছ মাংস খোৱা নিষেধ। শে:ৰা:ঘ:- ৫/১৪/১৪ যোৱাত কোমোৰা খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত আয় সন্তোষ জনক হ'ব, আৰ্থিক দিশটো টনকিয়াল হ'ব, সৌভাগ্যৰ উদয় হব, যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত আনৰ সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, ছাত্ৰ ছাত্ৰী সকলৰ ব্যস্ততা বাঢ়িব, যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত নিবনুৱা সকলে কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে, আন ব্যক্তিৰ দ্বাৰা মনত সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য হীনমান্যতাত ভুগিব লগা হ'ব পাৰে।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ নিমন্ত্ৰীত হ'ব পাৰে, প্ৰেমত শুভ হ'ব, নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য অৱাৱত ধন সম্পত্তি ক্ষয় হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, প্ৰেমত শুভ বুলি কব পাৰি , যদিও আজি আপুনি সজাগ নহ'লে সামান্য পাৰিবাৰিক দিশত মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত আনৰ পৰা পোৱা সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, সাহিত্যক সকলৰ লিখা পঢ়াত ব্যস্ততা বাঢ়িব, যদিও আজি কৰ্মচাৰী সকলে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত ভাবি থকা কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205