দৰঙৰ দুমুনিচকীত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল হেঙুল থিয়েটাৰৰ প্ৰৱেশ পত্ৰ মুকুলি।

সংবাদ ডিজিটেল, দুমুনিচকী ৬ নবেম্বৰ:দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুমুনিচকীৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান দৰঙী গ্ৰামীণ বিকাশ সমিতিয়ে আমন্ত্ৰণ কৰি অনা আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল হেঙুল থিয়েটাৰে অহা ইং ১০ আৰু ১১ ডিচেম্বৰ ২০২৩ তাৰিখে দুমুনিচকীহাইস্কুল খেলপথাৰত নাট প্ৰদৰ্শন কৰিব।

ৰবিবাৰে ডাক্তৰ মৃদুল আহমেদৰ সভাপতিত্বত এখনি দুমুনিচকী চকত প্ৰবেশ পত্ৰ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাখনত প্ৰবেশ পত্ৰ উন্মোচক ক্ৰমে পদ্মধৰ নাথ বিশিষ্ট সমাজকৰ্মী মামতাজ আলী, অবসৰপ্ৰাপ্ত শিক্ষক দিলুৱাৰ হুছেইন, সমাজকৰ্মী বৈতুল্লা আহমেদ, মহিবুদ্দিন আহমেদ, মহেছ বৰাই প্ৰবেশ পত্ৰ উন্মোচন কৰে।

দুমুনিচকী গ্ৰামীণ বিকাশ সমিটিৰ সক্ৰীয় সদস্য দায়দেমূল হক চৌধুৰীয়ে আঁত ধৰা সৱাখনত দুমুনিচকী গাওঁ পঞ্চায়তৰ সভানেত্ৰী চেলিমা বেগম, চামচুদ্দিন আহমেদ, ইমদাদুল আহমেদ, মেহবুবৰ ৰহমান প্ৰমুখ্যে অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। দৰঙী গ্ৰামীণ বিকাশ সমিতিয়ে অঞ্চলটোৰ সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।