নিশা মঙলদৈত গৰাকী বিহীন অৱস্থাত উদ্ধাৰ ২১ টা গৰু।

নিশা মঙলদৈত গৰাকী বিহীন অৱস্থাত উদ্ধাৰ ২১ টা গৰু। ঘটনাস্থলিত উপস্থিত হয় ধূলা থানাৰ আৰক্ষী।

নিশা মঙলদৈত গৰাকী বিহীন অৱস্থাত উদ্ধাৰ ২১ টা গৰু।
নিশা মঙলদৈত গৰাকী বিহীন অৱস্থাত উদ্ধাৰ ২১ টা গৰু।

নিশা মঙলদৈত গৰাকী বিহীন অৱস্থাত উদ্ধাৰ ২১ টা গৰু। ঘটনাস্থলিত উপস্থিত হয় ধূলা থানাৰ আৰক্ষী। গৰুভৰ্তি ট্ৰাকখনৰ নম্বৰ AS-02 AC 8846।

সংবাদ ডিজিটেল, দুমুনিচকী ৬ নবেম্বৰ: নিশা মঙলদৈত গৰাকী বিহীন অৱস্থাত উদ্ধাৰ ২১ টা গৰু। ঘটনাস্থলিত উপস্থিত হয় ধূলা থানাৰ আৰক্ষী। গৰুভৰ্তি ট্ৰাকখনৰ নম্বৰ AS-02 AC 8846।

 ড্ৰাইভাৰ, হেণ্ডিমেন বিহীনভাবে  ৰৈ থকা অৱস্থাত গৰু ভৰ্তি ট্ৰাকখন প্ৰত্যক্ষ কৰে স্থানীয় লোকে। 

ৰাইজৰ সন্দেহ ওপজাত লগে লগে খবৰ দিয়ে আৰক্ষীক।

ঘটনাস্থলিত উপস্থিত হয় ধূলা থানাৰ আৰক্ষী। গৰুভৰ্তি ট্ৰাকখনৰ নম্বৰ AS-02 AC 8846।

ৰহস্যজনকভাবে গৰুভৰ্তি ট্ৰাকখনৰ পৰা প্ৰায় ওচৰতে ৰৈ আছিল এখন বলেৰো Pickup ভান। বলেৰো Pickup নম্বৰ AS 13 AC 3250। 

ইতিমধ্যে আৰক্ষীয়ে গৰুভৰ্তি ট্ৰাকখন ধূলা থানালৈ লৈ যোৱাৰ লগতে বলেৰো Pickup ভানখনৰ চালক গৰাকীকো সোধা পোছাৰ বাবে থানালৈ লৈ যায়।

কোনে কি উদ্দেশ্যৰে গৰু সমূহ কৰ পৰা কলৈ আনিছিল, কিয় আধাবাটতে এৰি থৈ গল সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত। 

আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।