পাথৰিঘাটৰ জেষ্ঠ্য সাংবাদিক কণ আলি হাজৰিকাৰ মাতৃ বিয়োগ।

ছিপাঝাৰ, ১২জুলাইঃ ছিপাঝাৰ বিধান সভা সমষ্টিৰ পাথৰিঘাট গাঁও নিবাসী জেষ্ঠ্য সাংবাদিক তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সততে জড়িত কণ আলি হাজৰিকাৰ মাতৃ চালেহা বেগমৰ ৮৫বছৰ বয়সত বিয়োগ। এবছৰ ধৰি স্নায়ুৰোগত আক্রান্ত হৈ শয্যাশায়ী হৈ বৃহস্পতিবাৰে নিশা ৯বজাত পৰলোকপ্ৰাপ্তি হয়। পাথৰিঘাট গাওঁৰ বিশিষ্ট ধৰ্ম প্ৰাণ মহিলা চালেহা বেগমৰ পৰলোকপ্ৰাপ্তিত বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ ডেকা, দ্বীগজ ঐক্য মঞ্চ, পথৰুঘাট, ছিপাঝাৰ ইলেকট্রনিক মিডিয়া এছ'ছিয়েশ্যন, ছিপাঝাৰ ডিজিটেল মিডিয়া ফ'ৰাম, দৰং জিলা সাহিত্য সভা, ছিপাঝাৰ প্ৰেছ গীল্ড, পশ্চিম দৰং প্ৰেছ ক্লাব, মঙলদৈ প্ৰেছ ক্লাৱ, দৰং জিলা ছাত্র সন্হা, পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্হা, পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাট, পাথৰিঘাট শাখা সাহিত্য সভা, পাথৰিঘাট কৃষক শ্বহীদ স্মৃতি পুথিভঁৰাল আৰু যুৱক সংঘ, পাথৰিঘাট দুৰ্গা পূজা সমিতি, পাথৰিঘাট বনিক সন্হা, সৰস্বতী নাট্য সংঘ, দৰং জিলা বিজেপি যুৱ মৰ্চা, গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। প্ৰয়াত চালেহা বেগমে ইহসংসাৰত তিনি গৰাকী পুত্ৰ সন্তান আৰু চৰি গৰাকী কন্যা সন্তানৰ লগতে নাতি-নাতিনী এৰি গুচি যায়।